Class 12 IT ITeS CRM Domestic Voice | Module 3 Working with Zoho CRM Application | Session 1 Zoho Desk questions answers

Class 12 IT ITeS CRM Domestic Voice | Module 3 Working with Zoho CRM Application | Session 1 Zoho Desk questions answers

Dear students, In this page you will get Class 12 IT ITeS CRM Domestic Voice | Module 3 Working with Zoho CRM Application | Session 1 Zoho Desk questions answers. The questions answers have been prepared taking the reference of class 12 IT ITeS book CRM Domestic Voice published by NCERT.

D. Answer the following questions in short :

  1. What are the core functionalities of Zoho Desk ?

Zoho Desk ৰ মুখ্য কাৰ্যক্ষমতাসমূহ কি কি ?

Ans: The core functionalities of Zoho Desk are

i. connecting with customers via multiple touch points.

ii. Making use of various tools for agent’s productivity

iii. Providing a Help Centre

iv. Automating essential and repeated tasks

v. Create standard and customized Reports

vi. Maintaining a secure database

 

উত্তৰ: Zoho Deskৰ মূল কাৰ্যক্ষমতাসমূহ হ’ল –

i. বহু টাচ পয়েন্টৰ জৰিয়তে গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰা।

ii. এজেণ্টৰ উৎপাদনক্ষমতাৰ বাবে বিভিন্ন সঁজুলি ব্যৱহাৰ কৰা

iii. এটা সহায়ক কেন্দ্ৰ প্ৰদান কৰা

iv. প্ৰয়োজনীয় আৰু পুনৰাবৃত্তি হোৱা কামসমূহ স্বয়ংক্ৰিয় কৰা

v. মানদণ্ড সম্পন্ন আৰু ব্যক্তিগতভাৱে নিৰ্মিত প্ৰতিবেদন সৃষ্টি কৰা

vi. এটা নিৰাপদ ডেটাবেছ ৰক্ষণাৱেক্ষণ কৰা

2. How does Zoho Desk facilitate customer inquiries from various sources ?

Zoho Desk কেনেকৈ বিভিন্ন উৎসৰ পৰা গ্ৰাহকৰ সোধাটো সহজ কৰে ?

Ans: Zoho Desk collects customer inquiries from email, phone, chat, social media, and web forms into a single platform.

উত্তৰ: Zoho Desk ইমেইল, ফোন, চেট, ছ’চিয়েল মিডিয়া আৰু ৱেব ফৰ্মৰ জৰিয়তে গ্ৰাহকৰ অনুসন্ধানবোৰ একেলগে এখন মঞ্চত সংগ্ৰহ কৰে।

3. Name two ways Zoho Desk enhances agent productivity.

দুটা উপায় নাম কৰা যিয়ে জোহো ডেস্ক এজেণ্টৰ উৎপাদনশীলতা বৃদ্ধ কৰে।

Ans: Automatic ticket assignment

Predefined responses and automation tools

উত্তৰ: স্বয়ংকৰ টিকট নিৰ্ধাৰণ

পূৰ্ব নিৰ্ধাৰিত প্ৰতিক্ৰিয়া আৰু স্বয়ংক্ৰিয়তা সঁজুলি

4. Explain the purpose of the Help Center in Zoho Desk.

Zoho Desk-ৰ হেল্প চেন্টাৰৰ উদ্দেশ্য লিখা ।

Ans: The Help Center allows customers to find answers themselves using FAQs, articles, and knowledge base.

উত্তৰ: হেল্প চেন্টাৰে গ্ৰাহকসকলক FAQ, প্ৰবন্ধ আৰু জ্ঞানভঁৰাল ব্যৱহাৰ কৰি নিজেই উত্তৰ বিচাৰি উলিয়াবলৈ সুযোগ দিয়ে।

5. What tasks can be automated within Zoho Desk?

Zoho Desk-ৰ ভিতৰত কোন কামবোৰ স্বয়ংক্ৰিয় কৰিব পাৰি ?

Ans: Ticket assignment

Sending auto-replies

Setting priorities and reminders

উত্তৰ: টিকেট প্ৰদান

স্বয়ংক্ৰিয় উত্তৰ প্ৰেৰণ

প্ৰাথমিকতা আৰু স্মৰণীয়তা নিৰ্ধাৰণ

6. How does Zoho Desk enable assessment of help desk operations ?

Zoho Desk কেনেকৈ হেল্প ডেস্কৰ কাৰ্য্য সমুহৰ মূল্যায়ন সক্ষম কৰে ?

Ans: It provides reports and analytics to measure response time, customer satisfaction and agent performance.

উত্তৰ: ই প্ৰতিক্ৰিয়াৰ সময়, গ্ৰাহক সন্তুষ্টি আৰু এজেণ্টৰ কাৰ্যক্ষমতা পৰিমাপ কৰিবলৈ প্ৰতিবেদন আৰু বিশ্লেষণ প্ৰদান কৰে।

7. What are the editions offered by Zoho CRM ?

Zoho CRM এ কোন ধৰণৰ সংস্কৰণসমূহ প্ৰদান কৰে ?

Ans: Zoho CRM offers Free, Standard, Professional, Enterprise, and Ultimate editions.

উত্তৰ: Zoho CRM-এ Free, Standard, Professional, Enterprise আৰু Ultimate সংস্কৰণসমূহ প্ৰদান কৰে।

8. What system configurations are compatible with Zoho CRM?

কোন ব্যৱস্থাপনা কনফিগাৰেচনবোৰ Zoho CRMৰ সৈতে উপযুক্ত ?

Ans: Zoho CRM works on Windows, macOS, Linux, and can be accessed through web browsers and mobile devices.

উত্তৰ: Zoho CRM Windows, macOS, Linux-ত কাম কৰে আৰু ৱেব ব্ৰাউজাৰ আৰু মোবাইল ডিভাইচৰ জৰিয়তে access কৰিব পাৰি।

9. How is storage space categorized in Zoho CRM ?

Zoho CRM-ত সংৰক্ষণ স্থান কেনেকৈ শ্ৰেণীবদ্ধ কৰা হয় ?

Ans: In Zoho CRM, Storage space is divided into data storage (records) and file storage (attachments and documents).

উত্তৰ: Zoho CRM ত, সংৰক্ষণ স্থান, ডাটা সংৰক্ষণ (ৰেকৰ্ড) আৰু ফাইল সংৰক্ষণ (সংযুক্তি আৰু নথিপত্ৰ) লৈ ভাগ কৰা হৈছে ।

10. What are the key functionalities of setting up a Zoho Sign account ?

Zoho Sign একাউণ্ট প্ৰস্তুত কৰাৰ প্ৰধান কাৰ্যক্ষমতা কি কি ?

Ans: Zoho Sign allows users to send, sign, and manage documents digitally with secure e-signatures.

উত্তৰ: Zoho Sign এ ব্যৱহাৰকাৰীসকলক নথিপত্ৰসমূহ ডিজিটেলভাৱে পঠোৱাৰ, স্বাক্ষৰ কৰাৰ আৰু পৰিচালনা কৰাৰ সুবিধা দিয়ে, য’ত নিৰাপদ ই-স্বাক্ষৰ ব্যৱহাৰ কৰা হয়।

Class 12 IT ITeS CRM Domestic Voice | Module 3 Working with Zoho CRM Application | Session 1 Zoho Desk questions answers

*****

 

Leave a Comment