class 10 IT/ITeS Questions Answers under SEBA | unit 1: Digital Documentation (Advanced)

class 10 IT/ITeS Questions Answers from Domestic Data Entry Operator Reference book under SEBA | unit 1: Digital Documentation (Advanced)

Class 10 IT/ITeS Questions Answers under SEBA unit 1 Digital Documentation (Advanced) are given below-

Q. 1. What are called styles ?

ষ্টাইল বুলিলে কি বুজা ?

Ans: Styles are the set of formats that we can define how a document will appear by applying on different pages, text, frames, or some other element in a document.

ষ্টাইল হৈছে কিছুমান  format ৰ সমষ্টি যাক আমি ডকুমেণ্ট এখনৰ বিভিন্ন  page, text, frame নাইবা আন কিছুমান element ৰ ওপৰত apply কৰি ডকুমেণ্ট এখন কিদৰে দৃশ্যমান হব তাক নিৰ্ধাৰণ কৰিব পাৰো ।

Q. 2. What are the advantages of using Style in a document ?

ডকুমেণ্ট এখনত ষ্টাইল (Style) ব্যবহাৰ কৰাৰ সুবিধা সমূহ লিখা

Ans:  Using style we can create an attractive and presentable document with a consistent format. In addition, such documents are easy to read, understand and edit one by one. Style helps maintain compatibility of a document.

ষ্টাইল (Style) ব্যৱহাৰ কৰি আমি এটা সুসংগত (consistent)ফৰ্মেটৰ সৈতে এটা আকৰ্ষণীয় (attractive) আৰু উপস্থাপনযোগ্য (presentable) document সৃষ্টি কৰিব পাৰোঁ। ইয়াৰ উপৰিও এনে নথিপত্ৰবোৰ এটা এটাকৈ পঢ়িবলৈ, বুজিবলৈ আৰু সম্পাদনা কৰিবলৈ সহজ। ষ্টাইলে ডকুমেণ্ট এখনৰ সামঞ্জস্যপূৰ্ণতা (compatibility) বৰ্তাই ৰখাত সহায় কৰে ।

Q. 3. How many Style categories are available in Libre Office Writer ?

OR

How many Style categories does Libre Office Writer provide ?

লিব্ৰে অফিচ ৰাইটাৰত কিমানটা ষ্টাইল শ্ৰেণী উপলব্ধ ?

নাইবা

লিব্ৰে অফিচ ৰাইটাৰে কেইটা ষ্টাইল শ্ৰেণী প্ৰদান কৰে ?

Ans: Libre Office Writer offers/provides six style categories.

 লিব্ৰে অফিচ ৰাইটাৰে ছয় টা(six) ষ্টাইলৰ শ্ৰেণী প্ৰদান কৰে ।

Q.4. What are the various Style categories available in Libre Office Writer ?

 লিব্ৰে অফিচ ৰাইটাৰত উপলব্ধ বিভিন্ন ষ্টাইলৰ শ্ৰেণীবোৰ কি কি?

Ans:  The categories of different styles available in Libre Office Writer are –

i. Page

ii. Paragraph

iii. Character

iv. Frame
v.  List

vi. Table 

লিব্ৰে অফিচ ৰাইটাৰত উপলব্ধ বিভিন্ন ষ্টাইলৰ শ্ৰেণীবোৰ হল

i. পেইজ (page)

ii. পেৰাগ্ৰাফ (paragraph)

iii. কেৰেক্টাৰ (character)

iv. ফ্ৰেম (Frame)
v.  লিষ্ট (List)

vi.টেবুল (Table)

Q.5. Write the various methods used for accessing predefined Styles in Libre office Writer .

লিব্ৰে অফিচ ৰাইটাৰত পূৰ্বনিৰ্ধাৰিত ষ্টাইলসমূহ প্ৰাপ্ত কৰাৰ বাবে ব্যৱহৃত বিভিন্ন পদ্ধতি লিখা

Ans: The various methods used to obtain predefined styles in the Libre Office Writer are –

 i. Using style options from the menu bar

 ii. Using style drop down list box

iii. Using sidebar menu

লিব্ৰে অফিচ ৰাইটাৰত পূৰ্বনিৰ্ধাৰিত ষ্টাইলসমূহ প্ৰাপ্ত কৰাৰ বাবে ব্যৱহৃত বিভিন্ন পদ্ধতিবোৰ হল –

 i. মেনু বাৰৰ পৰা ষ্টাইল অপচন ব্যৱহাৰ কৰি

 ii. ষ্টাইল ড্ৰপ ডাউন তালিকা বাকচ (Style Drop Down list box) ব্যৱহাৰ কৰি

iii. চাইড বাৰ মেনু (sidebar menu) ব্যৱহাৰ কৰি

Q.6. Write the advantage/ benefit of using Fill Format in Libre Office Writer.

লিব্ৰে অফিচ ৰাইটাৰত ফিল ফৰমেট ব্যবহাৰ কৰাৰ সুবিধা / উপযোগিতা লিখা

Ans:  Fill format is very useful when the same style has to be applied to many places scattered in the document.

ডকুমেণ্টত সিঁচৰতি হৈ থকা বহু ঠাইত একে ধৰণৰ শৈলী (Style) প্ৰয়োগ কৰিব লগা হ’লে ফিল ফৰ্মেট (Fill Format) অতি উপযোগী হয় ।

Q.8. What is the purpose of using Fill Format in Libre Office Writer ?

ফিল ফৰ্মেট ব্যবহাৰ কৰাৰ উদ্দেশ্য লিখা ।

Ans: Fill Format can be used to style scattered – pages, frames, tables, lists, paragraphs or characters.

 Q. 7. Write the different ways to insert image in a document .

ডকুমেণ্ট এখনত ছবি অন্তৰ্ভুক্ত কৰাৰ বিভিন্ন উপায় লিখা

Ans: Images can be included in a document in various ways such as ,-

 i. Using insert image dialog box.

ii. Using drag and drop option.

iii. Using copy and paste option.

ছবি বিভিন্ন উপায়েৰে ডকুমেণ্ট এখনত অন্তৰ্ভুক্ত কৰিব পাৰি যেনে ,-

 i. ইনছাৰ্ট ইমেইজ ডাইলগ বক্স (insert image dialog box) ব্যবহাৰ কৰি ।

ii. ড্ৰেগ আৰু ড্ৰপ অপচন (Drag and Drop option ) ব্যবহাৰ কৰি ।

iii. কপি আৰু পেষ্ট অপচন (copy and paste option) ব্যবহাৰ কৰি ।

Q.8. Write the various tools/ options available in image toolbar in Libre Office Writer.

লিব্ৰে অফিচ ৰাইটাৰত থকা ছবি টুলবাৰত উপলব্ধ বিভিন্ন সঁজুলি/বিকল্প লিখা

Ans: The various tools/options available on the image toolbar in the Libre Office Writer are,-

i. Image Filter

ii. Image Mode

iii. Crop Image

iv. Flip Vertically

v. Flip Horizontally

vi. Rotate 90 degrees left

vii. Rotate 90 degrees right

viii. Transparency

ix. Color

x. Rotate

লিব্ৰে অফিচ ৰাইটাৰত থকা ছবি টুলবাৰত উপলব্ধ বিভিন্ন সজুলি/ বিকল্পবোৰ হল ,-

i. ইমেইজ ফিল্টাৰ (Image Filter)

ii. ইমেইজ মোড (Image Mode)

iii. ক্ৰপ ইমেইজ (Crop Image)

iv. ফ্লিপ ভাৰ্টিকেলি (Flip Vertically)

v.  ফ্লিপ হৰাইজেনটেলি (Flip Horizontally)

vi. ৰটেট ৯০ ডিগ্ৰী বাওফালে (Rotate 90 degree left)

vii. ৰটেট ৯০ ডিগ্ৰী সোফালে (Rotate 90 degree right)

viii. ট্ৰান্স্পাৰেঞ্চি (Transparency)

ix. কালাৰ (Color)

x. ৰটেট (Rotate)

Q. 9. How many types of filters are available for improving an image in image Filter tool in Libre Office Writer ?

লিব্ৰে অফিচ ৰাইটাৰত ছবি ফিল্টাৰ টুলত ছবি এখন উন্নত কৰাৰ বাবে কিমান প্ৰকাৰৰ ফিল্টাৰ উপলব্ধ?

Ans: Eleven (11) types of filters are available to improve an image on the image filter tool in Libre Office Writer.

 লিব্ৰে অফিচ ৰাইটাৰত থকা ছবি ফিল্টাৰ টুলত ছবি এখন উন্নত কৰাৰ বাবে এঘাৰ (১১) প্ৰকাৰৰ ফিল্টাৰ উপলব্ধ ।

Q.10. Fill in the blanks-

  Flip Horizontally tool flips the image horizontally by

  _____ degree.

  Flip Vertically tool flips the image vertically by

  _____ degree.

 ফ্লিপ হৰাইজনটেলি টুলে ছবি এটা পথালিকৈ _______ ডিগ্ৰীত ফ্লিপ কৰে

ফ্লিপ ভাৰ্টিকেলি টুলে ছবি এটা উলম্বভাৱে _______ ডিগ্ৰীত ফ্লিপ কৰে

Ans: 180 degree.

১৮০ ডিগ্ৰী

১৮০ ডিগ্ৰী

Q.11. What are the options available under image mode tool in image toolbar in Libre Office Writer ?

লিব্ৰে অফিচ ৰাইটাৰত থকা  ছবি টুলবাৰত ছবি মোড টুলত কি বিকল্প উপলব্ধ আছে?

Ans: i. Black and White

       ii. Gray – scale

      iii. watermark

Q.12. What are the settings used for controlling positioning of an image in Libre Office writer ?

 লিব্ৰে অফিচ ৰাইটাৰত ছবি এখনৰ অৱস্থান নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা ছেটিংবোৰ কি কি ?

Ans: লিব্ৰে অফিচ ৰাইটাৰত ছবি এখনৰ অবস্থান চাৰিটা ছেটিংৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় –

        i. এৰেঞ্জমেণ্ট ( Arrangement)

        ii. এনকৰিং   (Anchoring)

        iii. এলাইনমেণ্ট (Alignment)

        iv.টেক্সট্‌ ৰেপিং  (Text Wrapping)

Q. 13. What is called Anchoring ?

 এনকৰিং কি ?

Ans: Anchoring acts as a reference point for pictures or drawings. This allows an image to maintain its position on pages, paragraphs, or frames.

এনকৰিংয়ে ছবি বা অংকনৰ বাবে এক প্ৰসংগ বিন্দু হিচাপে কাম কৰে । ই ছবি এখনক পৃষ্ঠা, অনুচ্ছেদ বা ফ্ৰেমত ইয়াৰ অবস্থান বজাই ৰাখিবলৈ সহায় কৰে ।  

Q. 14. How many styles an image can be aligned in ?

 ছবি এখনক কেইটা ষ্টাইলত সংৰেখিত কৰিব পাৰি ?

Ans: An image can be aligned in six different styles,

3 horizontally and 3 vertically.

ছবি এখন ছয়টা পৃথক ষ্টাইলত সংৰেখিত কৰিব পাৰি-

3 টা পথালি আৰু 3  টা উলম্ব ভাবে ।

Q.15. What is Text Wrapping ?

টেক্সট ৰেপিং কি?

Ans: Text wrapping is one of the tools available under the Drawing Object Properties toolbar. This allows the image to be placed in relation to the text.

টেক্সট ৰেপিং হৈছে ড্ৰয়িং অবজেক্ট প্ৰপাৰ্টিজ টুলবাৰৰ (Drawing Object Properties toolbar) অধীনত উপলব্ধ সঁজুলিবোৰৰ ভিতৰত এটা । ই পাঠৰ সম্পৰ্কত ছবি স্থাপনৰ অনুমতি দিয়ে ।

Q. 16. How many choices are there in Text Wrapping tool ?

টেক্সট ৰেপিং টুলত কেইটা বিকল্প থাকে ? কি কি ?

Ans: There are six options available in the text wrap tool i.e., Wrap off, Page Wrap, Optimal Page Wrap, Wrap Left, Wrap Right, Wrap Through.

টেক্সট ৰেপিং টুলত ছয়টা বিকল্প উপলব্ধ আছে যেনে, ৰেপ অফ ( Wrap off), পেজ ৰেপ(Page Wrap), অপ্টিমাল পেজ ৰেপ( Optimal Page Wrap), ৰেপ বাওঁফালে(Wrap left), ৰেপ সো(wrap right), ৰেপ থ্ৰু(Wrap through) 

*****

Dear students, if you want complete explanation on these topics then visit and subscribe my YouTube channel ‘Choudhury Computer Academy’

Leave a Reply

Your email address will not be published. Required fields are marked *